দীপাৱলীত আটচবাজী ব্যৱহাৰ সম্পৰ্কে ছুপ্ৰিম কোৰ্টৰ ৰায়

দীপাৱলীত আটচবাজী ব্যৱহাৰ সম্পৰ্কে ছুপ্ৰিম কোৰ্টৰ ৰায়

দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান । দীপাৱলীত আটচবাজীৰ ক্ষেত্ৰত সৰ্বোচ্চ ন্যায়ালয়েখনে কেতবোৰ বাধা নিষেধ আৰোপ কৰে ।

সেই অনুযায়ী নিশা ১০ বজা পৰ্যন্তহে ফুটাব পাৰিব আটচবাজী । অন্‌লাইনত আটচবাজী বিক্ৰীৰ সম্পূৰ্ণ নিষিদ্ধ কৰে ন্যায়ালয়ে ।

আনহাতে, বৰদিন আৰু নৱবর্ষৰ দিনা ৰাতি ১১.৪৫-১২.৪৫ৰ ভিতৰতহে ফুটাব পাৰিব ফটকা ।

ন্যায়াধীশ এ কে চিকৰি আৰু অশোক ভূষণৰ আদালতৰ এই গুৰুত্বপূৰ্ণ ৰায়দান ।
 

Your Comments