বিজয়া দশমী দিনা ৰাজ্য ভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰটো ড্ৰাই-দে ঘোষণা জিলা প্ৰশাসনৰ

aa

এই কথা জানিবলৈ দিছে শিৱসাগৰ জিলা উপায়ুক্ত পল্লব গোপাল ঝায়ে যে ১৯ অক্টোবৰৰ সমগ্ৰ জিলাখনতে বন্ধ থাকিব সকলোবোৰ সুৰা বিপনী । আবকাৰী আইন ২০০০ অনুসৰি এই নির্দেশ জাৰি কৰিছে উপায়ুক্ত গৰাকীয়ে । উল্লেখযোগ্য যে এই বন্ধ সময়ছোৱাত যদি কোনো সুৰা বিপনী খুলি ৰখা হয় তেন্তে সেই বিপনী বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলিও জানিবলৈ দিয়ে উপায়ুক্তগৰাকীয়ে ।

Your Comments