এ পি এছ চিৰ আন ৫ অভিযুক্তৰ জামিন মঞ্জুৰ উচ্চ ন্যায়ালয়ৰ

 এ পি এছ চিৰ আন ৫ অভিযুক্তৰ জামিন মঞ্জুৰ উচ্চ ন্যায়ালয়ৰ

এ পি এছ চি কেলেংকাৰীৰ লগত জড়িত আৰু ৫জন ৰাজপত্ৰিত বিষয়াই অৱশেষত লাভ কৰিলে জামিন । আজি গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন প্ৰদান কৰা ৰাজপত্ৰিত বিষয়াকেইজন হৈছে জ্যোতিৰ্ময় অধিকাৰী, যতীন্দ্ৰ প্ৰসাদ বৰুৱা, হেমন্ত শইকীয়া, দেৱজিৎ বৰাৰ লগতে আৰু এজন ৰাজপত্ৰিত বিষয়া ৷

উল্লেখ্য যে এই ৫জনৰ সৈতে জামিন লাভেৰে মুকলি আকাশৰ তললৈ অহা ৰাজপত্ৰিত বিষয়াৰ সংখ্যা ২২জন হৈছেগৈ ।

আনহাতে, জামিন পোৱা কুনাল দাস নামৰ ৰাজপত্ৰিত বিষয়াজনক অন্য এটা গোচৰত পুনৰ গ্ৰেপ্তাৰৰ বাবে ইয়াৰ সংখ্যা হৈছেগৈ ২১জন ৷

Your Comments