কেন্দ্ৰীয় চৰকাৰলৈ ছুপ্ৰিম কোৰ্টৰ নিৰ্দেশ : ৰাফেল চুক্তিৰ সবিশেষ ন্যায়ালয়ক জনাওক

কেন্দ্ৰীয় চৰকাৰলৈ ছুপ্ৰিম কোৰ্টৰ নিৰ্দেশ : ৰাফেল চুক্তিৰ সবিশেষ ন্যায়ালয়ক জনাওক

অত্যাধনিক ৰাফেল কেলেংকাৰী সন্দৰ্ভত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নির্দেশ । কেন্দ্ৰীয় চৰকাৰৰ পৰা উচ্চতম ন্যায়ালয়ে অৱশেষত বিচাৰিলে ৰাফেল ক্ৰয়ৰ বাবে হোৱা চুক্তিৰ সবিশেষ ।

কেন্দ্ৰীয় চৰকাৰলৈ ছুপ্ৰিম কোৰ্টৰ নিৰ্দেশ : ৰাফেল চুক্তিৰ সবিশেষ ন্যায়ালয়ক জনাওক

উল্লেখ্য যে ৰাফেল ক্ৰয় কেলংকাৰী সন্দৰ্ভত এক গোচৰ ৰুজু কৰা হৈছিল কিছুদিনৰ পূৰ্বে উচ্চতম ন্যায়ালয়ত । সেই গোচৰৰ শুনানি হ'ব অক্টোবৰ ৩১ তাৰিখৰ দিনা ৷ তাৰবাবেই এতিয়া সৰ্বোচ্চ ন্যায়ালয়ে কেন্দ্ৰৰ পৰা সকলো হিচাপ বিচৰা বুলি জানিবলৈ দিছে ।

সৰ্বোচ্চ ন্যায়ালয় এইবুলি কয় যে ৰাফেল ক্ৰয় কৰাৰ বাবে কিদৰে চুক্তি সম্পূৰ্ণ হৈছিল ন্যায়ালয়ে সকলো জনাৰ বাবেই আমি কেন্দ্ৰীয় চৰকাৰৰ পৰা সবিশেষ বিচাৰিছোঁ ।

Your Comments