পেট্ৰ'ল-ডিজেলৰ পুনৰ মূল্যবৃদ্ধি

পেট্ৰ'ল-ডিজেলৰ পুনৰ মূল্যবৃদ্ধি

মূল্য হ্ৰাসৰ পিছত আজি পঞ্চম দিনাও বাঢ়িল দেশত পেট্ৰ'ল আৰু ডিজেলৰ মূল্য ।

আজি প্ৰতি লিটাৰ পেট্ৰ'ল আৰু ডিজেলত মহানগৰীত বৃদ্ধি হ'ল ১৮ পইচা আৰু ২২ পইচা ।

মহানগৰীত এতিয়া প্ৰতি লিটাৰ পেট্ৰ'ল আৰু ডিজেলৰ মূল্য হ'লগৈ ৮২.৩৮ টকা আৰু ৭৫.২৪ টকা ।

Your Comments