পুনৰ বাঢ়িল পেট্ৰ'ল-ডিজেলৰ মূল্য

পুনৰ বাঢ়িল পেট্ৰ'ল-ডিজেলৰ মূল্য

ধাৰাবাহিকভাৱে চতুৰ্থ দিনাও বাঢ়িল দেশত পেট্ৰ'ল আৰু ডিজেলৰ মূল্য ।

আজি প্ৰতি লিটাৰ পেট্ৰ'লত গুৱাহাটী মহানগৰীত বাঢ়িল ১৮ পইচা ৷

পুনৰ বাঢ়িল পেট্ৰ'ল-ডিজেলৰ মূল্য

ইয়াৰ বিপৰীতে ডিজেলত বাঢ়িল ২৬ পইচা ।

প্ৰতি লিটাৰ পেট্ৰ'ল আৰু ডিজেলৰ মূল্য আজি মহানগৰীত হ'ল গৈ ৮২.২০ টকা আৰু ৭৫.০২ টকা ।

পুনৰ বাঢ়িল পেট্ৰ'ল-ডিজেলৰ মূল্য

উল্লেখ্য যে যোৱা বৃহস্পতিবাৰে ৫ টকাকৈ মূল্য হ্ৰাস কৰা হৈছিল পেট্ৰ'ল আৰু ডিজেলৰ মূল্য ।

Your Comments