পুনৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য

পুনৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য

দেশত আজিও বৃদ্ধি হ’ল পেট্ৰ’ল আৰু ডিজেলৰ মূল্য । প্ৰতি লিটাৰ পেট্ৰ’লত আজি গুৱাহাটীত বৃদ্ধি হ’ল ১৫ পইচা আৰু ডিজেলত বৃদ্ধি হ’ল ২৪ পইচা ।

পুনৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য

উল্লেখ্য যে বৃহস্পতিবাৰে প্ৰতি লিটাৰ পেট্ৰ’ল আৰু ডিজেলত  ৫ টকাকৈ মূল্য হ্ৰাস কৰাৰ পাছত আজি তৃতীয় দিনৰ বাবে বৃদ্ধি হ’ল পেট্ৰ’ল আৰু ডিজেলৰ মূল্য । এতিয়া মহানগৰীত প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য  ৮১.৯৩ টকাৰ বিপৰীতে ডিজেলৰ মূল্য হ’ল  ৭৪.৬৮ টকা ।
 

Your Comments