পুনৰ বৃদ্ধি পালে পেট্ৰ'ল-ডিজেলৰ মূল্য

পুনৰ বৃদ্ধি পালে পেট্ৰ'ল-ডিজেলৰ মূল্য

দেশত পুনৰ বৃদ্ধি পালে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য । আজি বৃদ্ধি হ'ল গুৱাহাটী মহানগৰীত প্ৰতি লিটাৰ পেট্ৰ'লত ১১ পইচা ৷

ইয়াৰ বিপৰীতে প্ৰতি লিটাৰ ডিজেলত বৃদ্ধি হ'ল ২৭ পইচা । ইয়াৰ ফলত বৰ্তমান গুৱাহাটীত প্ৰতি লিটাৰ পেট্ৰ'লৰ দাম হ'ল ৮১.৭৮ টকা আৰু ডিজেলৰ ৭৪.৪৪ টকা ।

পুনৰ বৃদ্ধি পালে পেট্ৰ'ল-ডিজেলৰ মূল্য

উল্লেখ্য যে যোৱা বৃহস্পতিবাৰে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে মিলি প্ৰতি লিটাৰ পেট্ৰ'ল-ডিজেলত ৫ টকাকৈ মূল্য হ্ৰাস কৰা পাছত এয়া দ্বিতীয়বাৰৰ বাবে বৃদ্ধি হ'ল পেট্ৰ'ল আৰু ডিজেলৰ মূল্য ।

Your Comments