পুনৰ বৃদ্ধি পেট্ৰ'ল-ডিজেলৰ মূল্য

পুনৰ বৃদ্ধি পেট্ৰ'ল-ডিজেলৰ মূল্য

মূল্য হ্ৰাস কৰাৰ ২৪ ঘণ্টাৰ পাছতেই আজি পুনৰ বৃদ্ধি পালে দেশত পেট্ৰ'ল আৰু ডিজেলৰ মূল্য ।

প্ৰতি লিটাৰ পেট্ৰ'লত আজি বৃদ্ধি হ'ল ২৬ পইচা আৰু প্ৰতি লিটাৰ ডিজেলত বৃদ্ধি হ'ল ২০ পইচা ।

সেই হিচাপত এতিয়া মহানগৰীত পেট্ৰ'ল আৰু ডিজেলৰ মূল্য হ'ল ৮১.৬৭ টকা আৰু ৭৪.১৬ টকা ।

Your Comments