গুৱাহাটী মহানগৰীত মৃত হৰিণ উদ্ধাৰ

A

নিউজ ডেস্ক:
গুৱাহাটী মহানগৰীৰ পাথৰকুঁৱেৰীত মৃত হৰিণ উদ্ধাৰ।পাথৰকুঁৱেৰী বিষ্ণু নগৰত উদ্ধাৰ মৃত হৰিণটো।বিষ্ণু নগৰৰ পথৰ দাঁতিত পৰি থকা মৃত হৰিণটো স্থানীয় লোকে প্ৰত্যক্ষ কৰি খবৰ দিয়ে বন বিভাগক।
পুৱাৰ ভাগত উদ্ধাৰ হোৱা হৰিণাটো কুকুৰে কামুৰি মৰা বুলি সন্দেহ স্থানীয় লোকৰ।উল্লেখ্য যে,গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানপানীৰ ফলত খাদ্যৰ সন্ধানত আমচাং অভয়াৰণ্যৰ পৰা পহুটো ওলাই অহাৰ আশংকা ৰাইজৰ।
ইফালে ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো।

Your Comments