স্বাধীনতা দিৱস উদযাপনৰ ক্ষেত্ৰত অসম চৰকাৰৰ নিৰ্দেশনা, পঢ়ক

Independence day celebration

ভাৰতবৰ্ষৰ ৭৫তম স্বাধীনতা দিৱসৰ প্ৰাক্‌ মুহূৰ্তত অসম চৰকাৰে এই দিৱস উদযাপনৰ বাবে বিশেষ নিৰ্দেশনা জাৰী কৰিছে। 

উক্ত নিৰ্দেশনা অনুসৰি ৰাজ্যিক পৰ্যায়ৰ উদযাপনৰ মুকলি স্থলীত সৰ্বাধিক ১৫০০ জন লোকক , জিলা পৰ্যায়ত ৫০০ জন আৰু ছাব ডিভিজন পৰ্যায়ৰ উদযাপনত ৩০০ জন লোকক উপস্থিত থকাৰ অনুমতি প্ৰদান কৰিছে।

Your Comments