উত্তৰ-পূবৰ থলুৱা খাদ্যৰ ৰেস্তোঁৰা “ধোঁৱাচাং” মুকলি

Dhowasang

কিছুদিন পূৰ্বে গুৱাহাটীৰ অলিয়েগলিয়ে দেখা পোৱা গৈছিল এখন পোষ্টাৰ- “মহানগৰীৰ এক বিশেষ স্থানত সন্তৰ্পণে সাজি থকা হৈছে এখন ধোঁৱাচাং” ৷ ভেদ হ’ল ৰহস্য ৷ “ধোঁৱাচাং” আন একো নহয়, এখন থলুৱা খাদ্য সম্ভাৰেৰে আৰম্ভ কৰা ৰেস্তোঁৰা ৷ 

Dishes served there

জানিব পৰা অনুসৰি, উক্ত ৰেস্তোঁৰাখনত অসমৰ বিভিন্ন জনজাতীয় খাদ্যৰ লগতে পোৱা যাব সাতভনীৰ বাকী কেইখন ৰাজ্যৰো বিশেষ খাদ্য ৷ 

Interior

উল্লেখ্য যে, গুৱাহাটীৰ লেম্বৰোড আমবাৰী তিনিআলিত আৰম্ভ কৰা ৰেস্তোঁৰাখনৰ ভিতৰখন সজোৱা হৈছে সম্পূৰ্ণ অসমৰ গাঁৱৰ পৰিৱেশেৰে ৷ তাতেই দেখা পোৱা যাব এখন ধোঁৱাচাঙো ৷

Your Comments