হৰ্ডিঙত মুখ্যমন্ত্ৰী ফটো ব্যৱহাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ স্পষ্টীকৰণ

HBS

লোকপ্ৰিয় গোপীনাথ বৰদলৈক শ্ৰদ্ধাঞ্জলী জনাই লগোৱা চৰকাৰী হৰ্ডিঙত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফটোৱে অগ্ৰাধিকাৰ পোৱাকলৈ সামাজিক মাধ্যমত হোৱা ব্যাপক সমালোচনাৰ পিছত মুখ্যমন্ত্ৰী গৰাকীয়ে স্পষ্টীকৰণ আগবঢ়ালে টুইট যোগে ৷

Tweet

শৰ্মাই জনালে টুইট যোগে জনালে পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰপৰা পূৰ্ব অনুমতি নোহোৱাকৈ কোনো ধৰণৰ হৰ্ডিঙত তেওঁৰ ফটো ব্যৱহাৰ কৰা নহ’ব ৷

Your Comments