ৰাজীৱ গান্ধী খেল ৰত্ন বঁটাৰ নাম সলনি, সবিশেষ পঢ়ক

Rajiv Gandhi Khel Ratna

Tweet

ৰাজীৱ গান্ধী খেল ৰত্ন বঁটাৰ নাম সলনি। হকীৰ যাদুকৰ মেজৰ ধ্যানচান্দৰ নামত প্ৰদান কৰা হ’ব খেল ৰত্ন বঁটা।টুইটাৰ যোগে এই কথা ঘোষণা কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

Tweet

উল্লেখ্য ভাৰতীয় খেল জগতৰ সৰ্ববৃহৎ সন্মান খেল ৰত্ন।এই বঁটা মেজৰ ধ্যানচান্দ খেল ৰত্ন বঁটা হিচাপে ভাৰত চৰকাৰে এতিয়াৰপৰা প্ৰদান কৰিব।

Your Comments