মুখ্যমন্ত্ৰী বিৰুদ্ধে ৰুজু কৰা গোচৰ প্ৰত্যাহাৰ মিজোৰামৰ

HBS

অলপতে মিজোৰাম-অসম সীমান্তৰ পৰিৱেশ অস্থিৰ হৈ পৰিছিল ৷ দুই ৰাজ্যৰ মাজত আৰম্ভ হৈছিল বিবাদ ৷ সেই সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত গোচৰ ৰুজু কৰিছিল মিজোৰামে ৷

উল্লেখ্য যে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৰুজু কৰা সেই গোচৰ প্ৰত্যাহাৰ কৰিলে মিজোৰামে। সেই কথা সদৰি কৰি মিজোৰামৰ মুখ্যমন্ত্ৰীয়ে কয় যে, “হিমন্ত মোৰ ভাতৃৰ দৰে” ৷ মিজোৰামৰ এই স্থিতিক আদৰণি জনাইছে অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

Your Comments