ক’ভিড ভেক্‌চিনৰ চাৰ্টিফিকেটত থকা মোদীৰ ফটোৱে সৃষ্টি কৰিছে সমস্যাৰ

Vaccine certificate

Vaccine certificate

ক’ৰ’না পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ ক’ভিড ভেক্‌চিন বাধ্যতামূলক কৰিছে বহু বিলাক কাম-কাজত ।আন্তৰ্জাতিক ভ্ৰমণৰ সময়তো বিমানবন্দৰত পৰ্যবেক্ষণ কৰা হয় ভেক্‌চিনৰ সম্পূৰ্ণ ডোজ লোৱাৰ চাৰ্টিফিকেট ৷

Tweet

শেহতীয়া জানিব পৰা গৈছে ভেক্‌চিনৰ চাৰ্টিফিকেটত থকা মোদীৰ ফটোৱেও সমস্যাৰ সৃষ্টি কৰিছে যাত্ৰীসকলক ৷ যাত্ৰ পাছপোৰ্টৰ ফটোৰ সৈতে ভেক্‌চিনৰ চাৰ্টিফিকেটত থকা ফটোৰ ব্যক্তিৰ মিল নথকাত সমস্যাৰ সন্মুখীন হৈছে ভাৰতীয় যাত্ৰীসকল ৷ 

Vaccine certificate

ইয়াৰোপৰি, ভেক্‌চিনৰ চাৰ্টিফিকেটত ভেক্‌চিনৰ দুয়োটা ডোজ লোৱাৰ তাৰিখ উল্লেখ নথকাৰ বাবেও সমস্যাৰ সন্মুখীন হৈছে ভাৰতীয় যাত্ৰী সকল ৷

Your Comments