আগন্তুক কিছু সপ্তাহৰ ভিতৰতে ভাৰতে লাভ কৰিব ক'ৰ'না ভেকচিন-প্ৰধানমন্ত্ৰী মোডী

আগন্তুক কিছু সপ্তাহৰ ভিতৰতে ভাৰতে লাভ কৰিব ক'ৰ'না ভেকচিন।শুকুৰবাৰে সৰ্বদলীয় বৈঠকত এই গুৰুত্বপূৰ্ণ ঘোষণা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।বিজ্ঞানীসকলৰ সেউজ সংকেট পালেই ভাৰতত ব্যাপক পৰ্যায়ত ক'ৰ'নাৰ ভেকচিন দিয়া প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব।

Your Comments