দেশত অহা ৩০ নৱেম্বৰলৈ বৃদ্ধি কৰা হৈছে 'আনলক-৫'ৰ ম্যাদ।আনলক ৫ৰ নীতি-নিৰ্দেশনা বাহাল থাকিব ৩০ নৱেম্বৰলৈ।কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ে জাৰি কৰিলে এই নিৰ্দেশনা।
উল্লেখ যে আন্ত:ৰাষ্ট্ৰীয় বিমান উৰণত ৩০ নৱেম্বৰলৈ থাকিব বাধা।কেৱল ঘৰুৱা বিমান সেৱা চলাচল কৰে থাকিব উক্ত সময়ছোৱাত।
গুৰুত্বপূৰ্ণ যে দেশত ক্ৰমাৎ হ্ৰাস পাইছে ক'ৰনা আক্ৰান্তৰ সংখ্যা।ক্ৰমান্বয়ে স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে দেশৰ পৰিস্থিতি।
- Log in to post comments
- 34 views