বিহাৰত প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ সম্পন্ন:১০৬৬ গৰাকী প্ৰাৰ্থীৰ ভাগ্য ইভিএমত বন্দী

Bihar Election

বুধবাৰে বিহাৰত প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ অনুষ্ঠিত হৈ যায় ৷ বিহাৰ বিধানসভাৰ ২৪৩খন আসনৰ বাবে তিনিটা পৰ্যায়ত ভোট গ্ৰহণ প্ৰক্ৰিয়া সম্পাদন হ'ব।

প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ কাৰ্যসূচীত ৭১খন আসনৰ বাবে ভোট গ্ৰহণ হয়।

Bihar

ক’ভিড প্ৰট’কল মানি চলি বিহাৰত আজি নিৰ্বাচন অনুষ্ঠিত হয়।এই ভোট গ্ৰহণত ২.১৫ কোটি জনতাই ১,০৬৬ গৰাকী প্ৰাৰ্থীৰ ভাগ্য ইভিএমত বন্দী হয়।গধূূলি ৬ বজালৈ ভোটদানৰ হাৰ আছিল ৫৩.৫৪ শতাংশ।

 

Your Comments