আৰ্মেনিয়া আৰু আজাৰবাইজানৰ যুদ্ধ এমাহজুৰি অব্যাহত:আৰ্মেনিয়াৰ পক্ষত ৰাছিয়া

War

আৰ্মেনিয়া আৰু আজাৰবাইজানৰ মাজত হৈ থকা যুদ্ধৰ আজি প্ৰায় এমাহ পাৰ হৈ গ’ল ৷ যুদ্ধত দুয়োখন দেশৰ বিস্তৰ ক্ষতি হোৱাৰ লগতে জনজীৱন ব্যাহত হৈছে ৷

War

আজাৰবাইজানক তুৰস্ক আৰু পাকিস্তানে সমৰ্থন কৰাৰ বিপৰীতে এতিয়ালৈকে আৰ্মেনিয়াক কোনো দেশীয় শক্তিয়ে সহায় কৰা নাছিল যদিও এইবাৰ আজাৰবাইজানক সহায় কৰা দুই শক্তি তুৰস্ক আৰু পাকিস্তানৰ বিৰুদ্ধে সন্মুখ সমৰত নামিব শক্তিশালী ৰাছিয়া ৷ প্ৰকাশিত তথ্য অনুসৰি, আজাৰবাইজান আৰু আৰ্মেনিয়াৰ যুদ্ধক্ষেত্ৰত প্ৰৱেশ কৰাৰ আগতেই ৰাছিয়াই ইলেক্ট্ৰনিক ৱাৰফেয়াৰৰ ব্যৱহাৰেৰে তুৰস্কৰ প্ৰায় ৯টাতকৈও বেছি ড্ৰোণ নষ্ট কৰি পেলাইছে ৷

Your Comments