'এছআই' কেলেংকাৰীত অভিযুক্ত অক্ষয় চান্দ বৈদ্যক গ্ৰেপ্তাৰ

'SI' Scam

অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ লিখিত পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল কাণ্ডৰ অন্যতম অভিযুক্ত ব্যৱসায়ী অক্ষয় চান্দ বৈদ্যক অৱশেষত গ্ৰেপ্তাৰ।গুৱাহাটীৰ এপ'ল হাস্পতালৰ পৰা গ্ৰেপ্তাৰ কৰা হয় বৈদ্যক।চিআইডিয়ে গ্ৰেপ্তাৰ কৰি কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰায় অভিযুক্তগৰাকীক।

উল্লেখ যে ৪ দিনৰ চিআইডি জিম্মাত বিচাৰিছে বৈদ্যক।

Your Comments