৭৫ টকাৰ মুদ্ৰা মুকলি কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে

PM Modi

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থাৰ ৭৫ সংখ্যক প্ৰতিষ্ঠা দিৱসলৈ সন্মান জনাই শুকুৰবাৰে ৭৫টকাৰ মুদ্ৰা মুকলি কৰে ৷

সেই উপলক্ষে ৱেব টেলিকাষ্টৰ যোগেদি ১৭ বিধ বিভিন্ন ধৰণৰ জৈৱিকৃত ফচলো মুকলি কৰি পুনৰাবৃত্তি কৰে চৰকাৰৰ সুলভ মূল্যত ফচল আহৰণৰ প্ৰতি থকা প্ৰতিশ্ৰুতিৰ ৷

PM Modi

এই সকলোবোৰ হয় নতুন কৃষি আইনৰ বিৰুদ্ধে কেন্দ্ৰৰ সৈতে আলোচনাৰ পিছতো কৃষকে আন্দোলন বন্ধ কৰিবলৈ অমান্তি হোৱাৰ পিছতে।প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে সুলভ মূল্যৰ ফচল আৰু চৰকাৰৰ আহৰণ দুয়োটাই প্ৰয়োজনীয় দেশৰ খাদ্য সুৰক্ষাৰ বাবে।তাৰ বাবে বৈজ্ঞানিক পদ্ধতি আৰু উন্নত সুবিধাৰে কাম চলাই নিয়াটো অতি প্ৰয়োজনীয়।

Your Comments