'লকডাউন'ৰ দ্বিতীয় দিনটোত গুৱাহাটীত কেইজনক গ্ৰেপ্তাৰ?

Lockdown

'লকডাউন'ৰ দ্বিতীয় দিনটোত গুৱাহাটীত গ্ৰেপ্তাৰ কৰা হৈছে ৬ জন লোকক।এই কথা প্ৰকাশ কৰিছে মহানগৰ আৰক্ষীয়ে।সন্ধিয়া ৫ বজালৈকে আৰক্ষীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি গোচৰ ৰুজু হৈছে ৬টা।দিনটোত ৬৫খন বাহন জব্দ কৰিছে আৰক্ষীয়ে।২৯ খন দুচকীয়া,৩৬ খন চাৰিচকীয়া।উল্লেখ যে পূৰ্বতকৈ অধিক কঠোৰ হৈছে আৰক্ষীৰশ।মাস্ক পৰিধান নকৰা বাবে ১২হাজাৰ টকা জৰিমনা সংগ্ৰহ কৰিছে আৰক্ষীয়ে।

Your Comments