কলিয়াবৰ বিধানসভা সমষ্টিত প্ৰথমজন ক'ৰ'না ৰোগী চিনাক্ত

Kaliabor

কলিয়াবৰৰ পৰা প্ৰদীপ লস্কৰ:

কলিয়াবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত নলতলীৰ সমীপৱৰ্তী ভোমোৰাগুৰিৰ দুৰ্লভ নাথ নামৰ যুৱক এজনৰ দেহত ধৰা পৰিছে ক'ৰ'না পজিটিভ।দিল্লীৰ পৰা স্বগৃহলৈ ঘূৰি আহি কোৱাৰেন্টাইন কেন্দ্ৰত ৯ দিন থাকি মঙলবাৰে পুৱা ঘৰত উপস্থিত হোৱাৰ পিছতে খবৰ আহিল দূৰ্লভ নাথৰ দেহত ক'ৰ'না পজিটিভ ধৰা পৰিছে। DST গোটৰ সদস্যই  দূৰ্লভ নাথক লৈ যায় চিকিৎসালয়লৈ।

Your Comments