সুখবৰ:এতিয়াৰে পৰা বেংক দেউলীয়া হ'লে গ্ৰাহকক চৰকাৰে দিব ৫ লাখ টকা

Pic
বাজেটত দেশৰ সাধাৰণ নাগৰিকসকল উপকৃত হ'ব পৰা এটা ঘোষণা কৰা হৈছে।পূৰ্বতে কোনো বেংক দেউলীয়া হ'লে চৰকাৰে বেংকটোত ধন জমা কৰা গ্ৰাহকক সৰ্বাধিক ১ লাখ টকা দিছিল।এইবাৰ বাজেটত ঘোষণা কৰা হৈছে যে এতিয়াৰে পৰা বেংক দেউলীয়া হ'লে চৰকাৰে বেংক গ্ৰাহকক সৰ্বাধিক ৫ লাখ টকা প্ৰদান কৰিব।অৰ্থাৎ, বেংকত গ্ৰাহকৰ জমাকৃত ধনৰ ওপৰত চৰকাৰে এতিয়ালৈকে ৫ লাখ টকাৰ বীমাৰ নিশ্চয়তা প্ৰদান কৰিব।

Your Comments