ভাৰতীয় শ্বেয়াৰ বজাৰত অভূতপূৰ্ব সমৃদ্ধি:ছেনচেক্সে অতিক্ৰম কৰিলে ৪২,০০০ পইণ্ট

Pic

আমেৰিকা আৰু চীনৰ মাজত প্ৰথম পৰ্যায়ৰ বাণিজ্য চুক্তি স্বাক্ষৰ হোৱাৰ পিছত ভাৰতীয় শ্বেয়াৰ বজাৰত সমৃদ্ধি পৰিলক্ষিত হৈছে।বৃহস্পতিবাৰে পুৱা ছেনচেক্সে অতিক্ৰম কৰিলে ৪২,০০০ পইণ্ট।এতিয়ালৈকে এয়া ছেনচেক্সৰ সৰ্বোৎকৃষ্ট সফলতা।আনহাতে, নিফটীয়েও স্পৰ্শ কৰিলে ১২,৩৭০ পইণ্ট-যিটো নতুন অভিলেখ।

Your Comments