কানহাইয়া কুমাৰৰ পৰাজয় বৰণ

kanhaiya

নিউজ ডেস্ক :
বিহাৰৰ বেগুচৰাই সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা চি পি আই এম দলৰ প্ৰাৰ্থী কানহাইয়া কুমাৰে  বিজেপি প্ৰাৰ্থী গিৰিৰাজ সিঙৰ হাতত  পৰাজয় বৰণ কৰে। চিপিআই প্ৰাৰ্থী তথা জেএনইউ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰনেতা  কানহাইয়া কুমাৰে বিজেপি নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙৰ হাতত ৪ লাখ ২২ হেজাৰ ভোটৰ ব্যৱধানত পৰাজিত হয়।

Your Comments