'সুৰাত মগন' কাক ওভতাই পঠিয়ালে বিবাহ মণ্ডপৰ পৰাই

wedding

বিহাৰত সুৰাপায়ী দৰাক বিবাহ মণ্ডপৰ পৰাই ওভতাই পঠিয়ালে এগৰাকী কন্যাই।বিহাৰৰ ছাপ্ৰাত টেটুলৈকে সুৰা গিলি বিয়া কৰাবলৈ আহিছিল দৰা বাবলু কুমাৰে।বিবাহ মণ্ডপত অশালীন আচৰণ কৰাৰ লগতে ভালকৈ খোজ দিবলৈও পৰা নাছিল বাবলুয়ে।যাৰ বাবে অতিকৈ খং খাই কইনা পিংকী কুমাৰীয়ে বিয়াত নবহোঁ বুলি ক'লে।দৰাক ওভতাই   পঠিয়ালে পিংকীৰ ক্ষুদ্ধ পিতৃ-মাতৃয়ে।

Your Comments