হোজাইত ৱেব মিডিয়াৰ সাংবাদিক সন্থা গঠন

২

আজি হোজাই জিলাৰ ৱেব মিডিয়াৰ সাংবাদিক সন্থা গঠন কৰা হয়। হোজাই জিলাৰ নীলবাগানস্হিত মাচুমা হোটেলত হাচিব উদ্দিন তালুকদাৰৰ সভাপতিত্বত হোজাই জিলাৰ প্ৰায় ৱেব চেনেলৰ অৰ্ধশতাধিক সংবাদ কৰ্মীৰ উপস্থিতিত ২১ জনীয়া হোজাই জিলা ৱেব মিডিয়া সাংবাদিক সন্থা গঠন কৰা হয়। 

আজিৰ সভাই সৰ্বসন্মতি ক্ৰমে, হাচিব উদ্দিন তালুকদাৰক সভাপতি, উপ-সভাপতি- আছাদুৰ ৰহমান (আসাম ফ'কাচ)আৰু চন্দ্ৰজিৎ গোৱালা (এন ই লাইভ)। সাধাৰণ সম্পাদকদ্বয় ক্ৰমে- ৰফিক আলী (ফাষ্ট নিউজ অসম) আৰু কমৰুল ইছলাম ( খবৰ নৰ্থ ইষ্ট) সম্পাদক- জুনাইদ মহম্মদ চৌধুৰী (টুডে মিডিয়া 24), মনোজ কুমাৰ পাঠক(নিউজ এ এছ এন) আৰু অলিউৰ ৰহমান (ডেলি নিউজ ২৪x৭) । বৃত্তিয় সম্পাদক-কবিৰ লস্কৰ(ফাষ্ট নিউজ অসম), প্ৰচাৰ সম্পাদক- জুয়েল আমিন (এন ই লাইভ ট্যুডে)৷ সদস্যসকল- ১)হবিবুৰ ৰহমান (ফাষ্ট নিউজ অসম), ২) ৰফিক উদ্দিন, ৩) চৰনজিৎ গোৱালা, ৪)আমিৰুল ইছলাম আৰু  ৫) জাবিৰ আহমেদ আৰু অন্যান্য৷

Your Comments