নিউজ এ.এছ.এন. প্ৰতিনিধি January 08 / 2019 52 views নামৰূপৰ পৰা সমীৰণ বৰুৱা আজি আহ্বান জনোৱা ১১ ঘণ্টীয়া অসম বন্ধৰ প্ৰভাৱ নামৰূপত সৰ্বাত্মকভাৱে পৰা পৰিলক্ষিত হয়৷ বন্ধৰ সমৰ্থনত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নামৰূপ আঞ্চলিক সমিতিয়ে নামঘৰ চাৰিআলিত বিজেপিৰ পতাকা জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে।