জাপানত ঘূৰ্ণি ধুমুহা 'হেজিবীছ'ৰ তাণ্ডৱ:১১ জন লোকৰ মৃত্যু,শতাধিক আহত

Japan

জাপানত এতিয়া ঘূৰ্ণি ধুমুহা 'হেজিবীছ'ৰ তাণ্ডৱ।দেশখনৰ অধিকাংশ এলেকাত এই ধুমুহাৰ বাবে জনসাধাৰণৰ জীৱন আৰু সা-সম্পত্তিৰ বিস্তৰ ক্ষতি সাধন হৈছে।২১৬ কি:মি: প্ৰতি ঘণ্টা বেগেৰে বলা ধুমুহাজাকত বৰ্তমানলৈ ১১ জন লোকৰ মৃত্যু হৈছে আৰু শতাধিক আহত হৈছে।১৭ জন লোক সন্ধানহীন হৈ আছে।

Storm

ধুমুহাৰ তাণ্ডৱ চলি থকাৰ মাজতে শনিবাৰে গধূলি ৰাজধানী টকিঅ'  আৰু কাষৰীয়া এলেকাত ৫.৭ ৰিখটাৰ স্কেল তীব্ৰতাৰ ভূমিকম্পৰ জোকাৰনি অনুভূত হোৱাত জনতাৰ মাজত অধিক আতংকৰ সৃষ্টি হয়।

Your Comments