অনিমেষ হত্যাকাণ্ডত অভিযুক্ত তিলৌক গ্ৰেপ্তাৰ

A

নিউজ ডেস্ক:

অনিমেষ হত্যাকাণ্ডত জড়িত থকা অভিযোগত গ্ৰেপ্তাৰ আৰু এজনক।যোৰহাট আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ বৰিগাঁৱৰ প্ৰিয়ংশু দাস ওৰফে তিলৌ।নিশা যোৰহাট আৰক্ষীয়ে আক্ৰমণৰ ভাইৰেল ভিডি'অত চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰিছে।

উল্লেখ্য যে তিলৌ গ্ৰেপ্তাৰৰ লগে লগে ঘটনাত জড়িত ১৪জনকৈ আক্ৰমণকাৰী গ্ৰেপ্তাৰ হৈছে।তাৰে ঘটনাৰ মূল অভিযুক্ত নীৰজ দাসৰ ইতিমধ্যে মৃত্যু হৈছে।

Your Comments