দুখীয়াৰ কথা চিন্তা কৰি এইবাৰ ভেক্‌চিন নিৰ্মাণত টাটা

Pic

দুখীয়াৰ কথা চিন্তা কৰি এইবাৰ টাটাই নিৰ্মাণ কৰিবলৈ আগবাঢ়িছে মডাৰ্ণা ক’ভিড-১৯ ভেক্‌চিন ৷ টাটা মেডিকেল এণ্ড ডাইগ’ন’ষ্টিক আৰু ইণ্ডিয়াচ্‌ কাউঞ্চিল অফ্‌ ছাইণ্টিফিক এণ্ড ইণ্ডাষ্ট্ৰিয়েল ৰিছাৰ্ছৰ সৌজন্যত আগবাঢ়িছে এই বিষয়টোলৈ গৱেষণা ৷

টাটাৰ তৰফৰপৰা জানিবলৈ দিয়া অনুসৰি,এই ভেক্‌চিনসমূহ সাধাৰণ ৰেফ্ৰিজাৰেটৰত সংৰক্ষণ কৰি ৰাখিব পৰা যাব ৷ ফলত এই ভেক্‌চিন কম খৰচতে সংৰক্ষণ কৰিব পৰা যাব আৰু যাৰ বাবে ইয়াৰ মূল্য যথেষ্ট কম হ’ব বুলি আশা কৰা হৈছে ৷ গৱেষণাৰপৰা পোৱা তথ্য অনুসৰি এই ভেক্‌চিন বিধ ৯৪.১ শতাংশ ফলপ্ৰসূ ৷

Your Comments