গণৰাজ্য দিৱসৰ ভাষণত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে কি ক’লে জানো আহক

Ramnath Kovind

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ভাৰতৰ ৭২ সংখ্যক গণৰাজ্য দিৱসত ভাৰতবাসীক সম্বোধন কৰি ভাৰতবৰ্ষৰ কৃষক আৰু সৈনিকসকলৰ শ্ৰমৰ বাবে কৃতজ্ঞতা জনাই কয় যে এফালে কৃষকসকলে যদি ভাৰতবাসীৰ খাদ্য সুৰক্ষাৰ বাবে কষ্ট কৰি বহুবোৰ প্ৰত্যাহ্বান নেওচি কাম কৰিছে,আনফালে লাডাখৰ চিয়াচেন আৰু গালৱান ভেলীত -৫০° ৰপৰা -৬০° শীতত সীমান্ত ৰক্ষা কৰিছে নিজৰ সকলো সুখ ত্যাগ কৰি পৰিয়ালৰপৰা দূৰত কেৱল ভাৰতবাসীৰ বাবে ৷ 

ৰাষ্ট্ৰপতিয়ে লগতে কয় যে যোৱা বৰ্ষৰ দৰে সকলোবোৰ একেই নাথাকে এই বছৰৰ গণৰাজ্য দিৱসৰ উদ্‌যাপনত ৷ বহু সাল-সলনিৰ কথা কয় ক’ভিড-১৯ প্ৰট’কল মানি চলিবৰ বাবে ৷

Your Comments