টাইমছ্‌ আলোচনীৰ বর্ষশ্ৰেষ্ঠ ব্যক্তিত্বৰ স্বীকৃতি জ’ বাইডেন আৰু কমলা হেৰিছলৈ

Pic

মার্কিন ৰাষ্ট্ৰপতি হিচাপে ২০ জানুৱাৰীত আনুষ্ঠানিকভাৱে দায়িত্বভাৰ গ্রহণ কৰিব জ’ বাইডেনে আৰু উপ-ৰাষ্ট্ৰপতি হিচাপে নির্বাচিত হোৱা কমলা হেৰিছে ।

Pic

আমেৰিকাৰ শাসক হিচাপে ৰাজত্ব কৰাৰ আগতে টাইমছ্‌ আলোচনীৰ বৰ্ষশ্ৰেষ্ঠ ব্যক্তিত্ব হিচাপে নিৰ্বাচন কৰা হৈছে বাইডেন আৰু কমলাক । উল্লেখযোগ্য যে যোৱাটো বৰ্ষত জলবায়ু আন্দোলনৰ নেতৃত্ব দিয়া ছুইদিছ কিশোৰী গ্রেটা থানবার্গক এই বৰ্ষশ্ৰেষ্ঠ ব্যক্তিত্বৰ গৰাকী হিচাপে ঘোষণা কৰিছিল টাইমছ্‌ আলোচনীয়ে।অলপতে টুইটাৰত এই আলোচনীৰ তৰফৰপৰা লিখিছিল যে বাইডেন আৰু হেৰিছৰ এই জয় বৰ্ণ বৈষম্যৰ বিৰোধিতাকে আদি কৰি বহু কিছুক প্রতিনিধিত্ব কৰা ঐতিহাসিক জয় ৷

Your Comments