মাৰ্ক টোৱেইন:জানো আহক আজিৰ দিনটোৰ ইতিহাস

Mark Towein

শুনিছেনে মাৰ্ক টোৱেইনৰ কথা? বিখ্যাত মাৰ্কিন সাহিত্যিক মাৰ্ক টোৱেইন,ড° ভূপেন হাজৰিকাৰ “মই এটি যাযাবৰ” গানত প্ৰকাশ কৰা মাৰ্ক টোৱেইন।তেখেতৰ প্ৰকৃত নাম চেমুৱেল লেংহৰ্ণ ক্লেমেন্‌চ।

Mark Towein

এই বিখ্যাত মাৰ্কিন সাহিত্যিকজনৰ জন্ম হৈছিল ১৮৩৫ চনৰ আজিৰ দিনটোতে অৰ্থাৎ ৩০ নৱেম্বৰত ৷ তেখেতক পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ ব্যংগ লেখক, মাৰ্কিন সাহিত্যৰ পিতৃ আদি হিচাপেও আখ্যা দিয়া হয় ৷ বিখ্যাত “দ্য এডভেন্সাৰ অফ টম ছায়াৰ”(The Adventure of Tom Sawyer) তেখেতৰেই সৃষ্টি ৷

তেখেতৰ মৃত্যু হৈছিল ১৯১০ চনৰ ২১ এপ্ৰিলত।

Your Comments