দিল্লী আৰু কাষৰীয়া এলেকাত কৃষকৰ আন্দোলন আজিও অব্যাহত

কৃষি আইনৰ বিৰুদ্ধে কৃষকসকলৰ আন্দোলন দিল্লী আৰু আশে-পাশে এলেকাত  আজিও  অব্যাহত আছে।মূলতঃ পঞ্জাবৰ পৰা অহা প্ৰতিবাদী কৃষকসকলে অৱস্থান  গ্ৰহণ কৰি  আন্দোলন অব্যাহত ৰাখিছে।ইফালে কেন্দ্ৰীয় চৰকাৰেও আলোচনাৰ দুুুৱাৰ মুকলি কৰিছে।

Your Comments