পঞ্চমবাৰৰ বাবে আইপিএল চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছ

Mumbai Indians

পঞ্চমবাৰৰ বাবে আইপিএলৰ খিতাপ জয় কৰিলে মুম্বাই ইণ্ডিয়ানছে।ডুবাইত মঙলবাৰে অনুষ্ঠিত ফাইনেলত দিল্লী কেপিটেলছক ৫  উইকেটত পৰাস্ত কৰে মুম্বাই ইণ্ডিয়ানছে।প্ৰথমে বেটিং কৰি দিল্লীয়ে অধিনায়ক  শ্ৰেয়াছ  আয়াৰৰ ৬৫ ৰাণ আৰু ঋছভ পন্টৰ ৫৬ ৰাণৰ সহায়ত ৭ উইকেটত ১৫৬ ৰাণ কৰে।প্ৰত্যুত্তৰত মুম্বাইয়ে অধিনায়ক ৰোহিত শৰ্মাৰ ৬৮ ৰাণৰ সহায়ত ১৮.৪ অভাৰত ৫ উইকেটত ১৫৭ ৰাণ কৰি জয়লাভ কৰে।

Your Comments