আমেৰিকাত ষষ্ঠ শ্ৰেণীৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত অৰণ্য মানৱ যাদৱ পায়েঙৰ কাহিনী

Jadav Payeng

আমেৰিকাৰ ষষ্ঠ শ্ৰেণীৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হ’ল পদ্মশ্ৰী প্ৰাপক অৰণ্য মানৱ অসমৰ যাদৱ পায়েঙৰ নাম ৷ “দ্য ফৰেষ্ট মেন অফ্‌ ইণ্ডিয়া যাদৱ পায়েং” শিৰোনামেৰে সন্নিৱিষ্ট কৰা হয় পাঠটি ৷

যোৰহাট জিলাৰ মোলাই চাপৰিত বাস কৰা যাদৱ পায়েঙৰ নাম আমেৰিকাৰ পাঠ্যপুথিত সন্নিবিষ্ট হোৱা কথাই কেৱল অসমবাসীকে নহয় সমগ্ৰ ভাৰতবৰ্ষকে গৌৰৱান্বিত কৰিছে ৷

আশা কৰা হৈছে যাদৱ পায়েঙৰ কাহিনীয়ে আমেৰিকাবাসীকো পৰিৱেশ ৰক্ষাৰ ক্ষেত্ৰত অধিক সচেতন কৰিব।

Your Comments