দেশত 'আনলক-৫'ৰ ম্যাদ ৩০ নৱেম্বৰলৈ বৃদ্ধি

Unlock-5

দেশত অহা ৩০ নৱেম্বৰলৈ বৃদ্ধি কৰা হৈছে 'আনলক-৫'ৰ ম্যাদ।আনলক ৫ৰ নীতি-নিৰ্দেশনা বাহাল থাকিব ৩০ নৱেম্বৰলৈ।কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ে জাৰি কৰিলে এই নিৰ্দেশনা।

উল্লেখ যে আন্ত:ৰাষ্ট্ৰীয় বিমান উৰণত ৩০ নৱেম্বৰলৈ থাকিব বাধা।কেৱল ঘৰুৱা বিমান সেৱা চলাচল কৰে থাকিব উক্ত সময়ছোৱাত।

গুৰুত্বপূৰ্ণ যে দেশত ক্ৰমাৎ হ্ৰাস পাইছে ক'ৰনা আক্ৰান্তৰ সংখ্যা।ক্ৰমান্বয়ে স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে দেশৰ পৰিস্থিতি।

Your Comments