দেশত ক্ৰমাগতভাৱে হ্ৰাস ক'ৰ'না সংক্ৰমণ:২২ মাৰ্চৰ পিছত সবাতোকৈ কম মৃত্যুৰ হাৰ

Corona

সুখবৰ।ভাৰতত ক'ৰ'না সংক্ৰমণৰ হাৰ ক্ৰমাগতভাৱে হ্ৰাস পাইছে।বিগত ২৪ ঘণ্টাত দেশত ৪৫,১৪৯ জন লোক আক্ৰান্ত হয়।আনহাতে,৪৮০ জন লোকৰ ক'ভিড-১৯ত আক্ৰান্ত হৈ মৃত্যু হয়।এই পৰিসংখ্যাত ভাৰতত ক'ৰ'নাত মৃত্যুৰ হাৰ ১.৫ শতাংশ।এই মৃত্যুৰ হাৰ লকডাউনৰ পূৰ্বৰ অৰ্থাৎ ২২ মাৰ্চৰ পৰা সবাতোকৈ কম।ক'ৰ'না সংক্ৰমণ এনেদৰে ক্ৰমশঃ হ্ৰাস পোৱাটোয়ে দেশৰ জনগণৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছে।

Your Comments