দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিলে বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থীক 

বিহাৰ বিধানসভা নিৰ্বাচন

বিহাৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে হিংসাৰ জুই।নিৰ্বাচনী প্ৰচাৰ কৰি থকা অৱস্থাতে শনিবাৰে শিৱহৰ নামৰ এলেকাত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিলে জনতা দল ৰাষ্ট্ৰবাদীৰ প্ৰাৰ্থী শ্ৰীনাৰায়ণ সিঙক।সিঙে সমৰ্থকসকলৰ সৈতে নিৰ্বাচনী প্ৰচাৰ কৰি থাকোতেই বাইকত অহা দুটা দুৰ্বৃত্তই গুলীয়ায় সিঙক।পিছত চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু হয় সিঙৰ।ইফালে,দুৰ্বৃত্ত দুটাৰ এটাক শ্ৰীনাৰায়ণ সিঙৰ সমৰ্থকসকলে কৰায়ত্ত্ব কৰি গণ প্ৰহাৰ কৰি হত্যা কৰে।

Your Comments