২৩ অক্টোবৰত পালন কৰা হয় ম’ল দিৱস

Mole Day

২৩ অক্টোবৰৰ দিনটো ম’ল দিৱস হিচাপে সমগ্ৰ বিশ্বতে পালন কৰা হয় ৷ এই দিনটো এভ’গেদ্ৰ’ৰ সংখ্যা ৬.০২× ১০^২৩ ৰ সোঁৱৰণ কৰি পালন কৰা হয় ৷ প্ৰত্যেক বছৰৰ ২৩ অক্টোবৰৰ পুৱা ৬.০২ বজাৰপৰা আবেলি ৬.০২ বজালৈকে পালন কৰা হয় এই দিন ৷

৬.০২× ১০^২৩ ৰসায়ন বিজ্ঞানৰ সকলোতকৈ বুনিয়াদী পৰিমাপ একক ৷ ১৯৯১চনৰ ১৫ মে’ৰ প্ৰতিষ্ঠা লাভ কৰা আমেৰিকাৰ “দ্য নেচনেল ম’ল দে' ফাউণ্ডেচন”এ আৰম্ভ কৰা ৰসায়ন সপ্তাহৰ এটা গুৰুত্বপূৰ্ণ দিন এই ম’ল দিৱস।

Mole day

ম’ল দিৱসৰ উদ্ভৱ হোৱাৰ উৎস আছিল ১৯৮০ৰ আৰম্ভণিতে “দ্য চাইন্স টিছাৰ”ত প্ৰকাশ পোৱা এটা প্ৰবন্ধ ৷

Your Comments