ক'ভিড-সংকটত ৰাজস্থানৰ লোকশিল্পীসকলৰ দুৰ্যোগ

ৰাজস্থানৰ লোকশিল্পী

ৰাজস্থানৰ লোকশিল্পীসকলে নিজৰ কৃষ্টি-সংস্কৃতিসমূহ সুন্দৰ ৰূপত ধৰি ৰাখিবলৈ সর্বদা প্ৰয়াস কৰে কৰে আৰু তাৰেই তেওঁলোকে জীৱিকাও নিৰ্বাহ কৰে ৷ ৰাজ্যখনৰ পৰ্যটন ক্ষেত্ৰৰ ওপৰতে নিৰ্ভৰ কৰি চলি থাকে এইসকলৰ জীৱিকা ৷

কিন্তু, ক’ভিড মহামাৰীৰ বাবে যোৱা ছয়টা মাহে পৰ্যটনৰ বন্ধ হোৱাত ৰাজস্থানী লোকশিল্পীসকলৰ জীৱিকা নিৰ্বাহৰ পথসমূহো বন্ধ হৈ আছে ৷ বৰ কষ্টেৰে জীয়াই আছে এওঁলোকে এতিয়া।কিন্তু,নিজৰ সন্মানক ওপৰত ৰাখি ক্ষুধা নিবাৰণ কৰিবলৈ নোখোজে এই শিল্পীসকলে।

Rajasthan Artists

কেৱল ৰাজস্থান বুলিয়েই নহয়,দেশৰ অন্যান্য প্ৰান্তৰ লোকশিল্পীসকলৰো একেই দুুৰ্দশা বৰ্তমান ৷ কিন্তু প্ৰশ্ন হ’ল ভাৰত চৰকাৰে বা ৰাজ্যিক চৰকাৰসমূহে এই ক্ষেত্ৰত কি পদক্ষেপ গ্ৰহণ কৰিব ?

Your Comments