১৪ অক্টোবৰৰ দিনটোৰ বিশেষত্ব কি?

Pic

প্ৰত্যেক বছৰে ১৪ অক্টোবৰ দিনটো বিশ্বৰ তিনিটা আন্তৰ্জাতিক সংস্থা “ইন্টাৰনেচনেল ইলেক্ট্ৰটেকনিকেল কমিচন”(IEC), “ইন্টাৰনেচনেল অৰগেনাইজেছন ফৰ ষ্টেণ্ডাৰদাইজেচন” (ISO) আৰু “ইন্টাৰনেচনেল টেলিকমিউনিকেচন ইউনিয়ন”(ITU) য়ে মিলি "ৱৰ্ল্ড ষ্টেণ্ডাৰ্ডছ্ ডে" হিচাপে পালন কৰে ৷

ৱৰ্ল্ড ষ্টেণ্ডাৰ্ডচ্‌ ডে মানে বিশ্ব মানদণ্ড দিৱস ৷ এই দিৱসটো পালন কৰা হয় বিশ্বৰ সেইসকল বিশেষজ্ঞক সন্মান জনাবলৈ,যিসকলৰ প্ৰচেষ্টাত বিশ্ব দৰবাৰত স্বেচ্ছাসেৱী প্ৰযুক্তিসমূহৰ বিকাশ হৈছে।সেইসকল বিশেষজ্ঞৰ বাবেই মানৱ জীৱনৰ মান দিনে -দিনে বৃদ্ধি পাইছে ৷

বৰ্তমান পৰিস্থিতিলৈ লক্ষ্য ৰাখি ২০২০ চনৰ আজিৰ দিনটোৰ বাবে বিষয়বস্তু ৰাখিছিল - "মানৰ সৈতে পৃথিৱীক ৰক্ষা কৰা।"

Your Comments