১৮৬৮ চনৰ আজিৰ দিনটোত কি হৈছিল জানো আহক...

Cuba

১৮৬৮ চনৰ ১০ অক্টোবৰত কিউবাই স্পেইনৰ বিৰূদ্ধে স্বাধীনতা সংগ্ৰাম আৰম্ভ কৰিছিল ৷ এইটোৱেই আছিল স্বাধীনতা আন্দোলনৰ প্ৰথম দিন যাৰ নেতৃত্ব দিছিল কাৰ্লছ মেনুৱেল চেপিড্‌চে ৷ তেওঁকে বৰ্তমান কিউবাৰ পিতৃ হিচাপে জনা যায় ৷ চেনিকলৰ মালিক কাৰ্লছ মেনুৱেল চেপিড্‌চ আৰু তেওঁৰ অনুগামীসকলে বিচৰা স্বাধীনতাই এই স্বাধীনতা আন্দোলনৰ আৰম্ভণি আছিল ৷

Cuba

কিউবাই স্পেইনৰ বিৰুদ্ধে যুঁজা স্বাধীনতা যুঁজ তিনিখনৰ এইখনেই প্ৰথম ৷ দ্বিতীয়খনক 'লিট্‌ল ৱাৰ' অৰ্থাৎ সৰু যুদ্ধ বুলি জনা যায় ৷ ইয়াৰ সময় সীমা আছিল ১৮৭৯ৰপৰা ১৮৮০ চনলৈকে ৷

Cuba

তৃতীয়খন কিউবান স্বাধীনতা আন্দোলন আৰম্ভ হৈছিল ১৮৯৫ চনত আৰু শেষ হৈছিল ১৮৯৮ চনত ৷

Your Comments