সাংসদ দিলীপ শইকীয়ালৈ বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকৰ দায়িত্ব

Dilip Saikia

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

বিজেপি দলৰ নিষ্ঠাবান কাৰ্যকৰ্তা,নলবাৰীৰ সু-সন্তান তথা মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াক ৰাষ্ট্রীয় সাধাৰণ সম্পাদক (National Gen.Sec)পদত স্থলাভিষিক্ত কৰাৰ সংবাদটি পোৱাৰ লগে লগে সাংসদগৰাকীৰ জন্ম জিলা নলবাৰীত আনন্দৰ জোৱাৰ উঠিছে৷

Pic

শনিবাৰে উক্ত সংবাদ প্ৰকাশ হোৱাৰ পিছত জিলাখনৰ দলীয় কাৰ্য্যকৰ্তাসকলে নেতাগৰাকীলৈ শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰে৷

Pic

Your Comments