কলগাছিয়াত যুৱ কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্য্যসূচী

Youth Congress

বৰপেটাৰোডৰ পৰা ৰঞ্জিত তালুকদাৰ:

বৰপেটা জিলা যুৱ কংগ্ৰেছৰ উদ্যোগত আৰু জনীয়া সমষ্টি যুৱ কংগ্ৰেছৰ সহযোগত কেন্দ্ৰীয় চৰকাৰৰ  EIA 2020ৰ  খচৰাৰ বিৰুদ্ধে যোৱা ১১ আগষ্টত এটা প্ৰতিবাদী কাৰ্যসূচী কলগাছিয়া বজাৰত ৰূপায়ণ কৰা হয়।এই কাৰ্য্যসূচীত অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদকদ্বয় আজাদ হুছেইন,হাবিব আহমেদ,বৰপেটা জিলা যুৱ কংগ্ৰেছৰ সভাপতি আনোৱাৰুল ইছলাম খান, জনীয়া সমষ্টি যুৱ কংগ্ৰেছৰ সভাপতি ৰকিবুল ইছলামৰ লগতে শতাধিক যুৱ কংগ্ৰেছ কৰ্মী উপস্থিত থাকে।             

Your Comments