দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপ্ৰতি প্ৰণৱ মুখাৰ্জী ক'ৰ'না আক্রান্ত

Pranab Mukharjee

দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপ্ৰতি প্ৰণৱ মুখাৰ্জী ক'ৰ'না ভাইৰাছত আক্রান্ত হৈছে।এই কথা টুইটাৰৰ জৰিয়তে নিজে প্ৰকাশ কৰিছে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে।

নিজে অকলশৰীয়াকৈ আছে বুলি উল্লেখ কৰি প্ৰাক্তন ৰাষ্ট্ৰপতি মুখাৰ্জীয়ে যোৱা এটা সপ্তাহত তেওঁৰ সংস্পৰ্শলৈ অহা সকলোকে ক'ভিড পৰীক্ষা কৰি অকলশৰীয়াকৈ থাকিবলৈ আহ্বান জনাইছে।

Your Comments