সাংসদ বদৰুদ্দিন আজমল আৰু ভাতৃ চিৰাজুদ্দিন ক'ৰ'নাত আক্রান্ত

Ajmal

ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ তথা এআইইউডিএফ প্ৰধান মৌলানা বদৰুদ্দিন আজমল আক্রান্ত হৈছে ক'ৰ'নাত।মুম্বাইৰ নিজা বাসগৃহত থকা নেতাগৰাকী কেইবাদিনো ধৰি অসুস্থ হৈ আছিল।

ইফালে, বদৰুদ্দিন আজমলৰ ভাতৃ তথা বৰপেটা লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ ছিৰাজুদ্দিন আজমলো আক্ৰান্ত হৈছে ক'ৰ'নাত।

এআইইউডিএফৰ শীর্ষ সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি বদৰুদ্দিন আজমলক ভৰ্তি কৰোৱা হৈছে মুম্বাইৰ চিকিৎসালয়ত।ইফালে ভাতৃ ছিৰাজুদ্দিন ইতিমধ্যে মুম্বাইৰ চিকিৎসালয়ত ভৰ্তি হৈ আছে।

Your Comments